সত্ৰিয়া সংগীতৰ কৰ্মশালা সম্পন্ন

সত্ৰিয়া সংগীতৰ কৰ্মশালা সম্পন্ন
Published on: 

সংগীত নাটক অকাদমীৰ সৌজন্যত লক্ষিমপুৰৰ সাহিত্য সংগীত বিদ্যালয়ে এখন কৰ্মশালা অনুস্থিত কৰে। ৩০ মে'ৰ পৰা ১০ জুনলৈ অনুষ্ঠিত কৰ্মশালা খন সফলতাৰে সম্পন্ন হৈ যায়। ২০ জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰা কৰ্মশালা খনত নাডুভংগী , জুমুৰা, চালিনাচ, গোপীনাচ আদি শিকোৱা হয়। নমিতা ভূঞা, উপেন ভৰালী, হৰিচৰন ভূঞা বৰবায়ন আৰু সুৰজিৎ ভূঞা আদিয়ে শিকোৱা কৰ্মশালাখনৰ পৰা ছাত্ৰ ছাত্ৰী সকল যথেষ্ট উপকৃত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com