সন্মান ৰক্ষা যুঁজত চৌদি আৰব,ইজিপ্ত

সন্মান ৰক্ষা যুঁজত চৌদি আৰব,ইজিপ্ত
Published on

গ্ৰুপ এ'ৰ অন্য এখন খেলত চৌদি আৰৱ আৰু ইজিপ্ত মুখামুখি হব।দুয়োতা দলেই ইতিমধ্যে বাহিৰ হোৱাৰ বাবে গুৰুত্বহীন মেচ হিচাবে বিবেচিত হৈছে যদিও দুয়োতা দলৰ বাবে মেচ খন সন্মান ৰক্ষাৰ যুজ হিচাবে বিবেচিত হৈছে।ইজিপ্তৰ মূল খেলুৱৈ মহম্মদ চালাহৰ আঘাতে চিন্তাত ৰাখিছে দলতোক।

The Sentinel - of this Land, for its People
www.sentinelassam.com