সলনি হব গৌহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক বিল্ডিংৰ নাম

সলনি হব গৌহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক বিল্ডিংৰ নাম

Published on

গৌহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক বিল্ডিংৰ নাম সলনি কৰাৰ দাবী উত্থাপন কৰে গৌহাটী বিশ্ববিদ্যালয়ৰ স্নাকত্তোত্তৰ ছাত্ৰ সন্থা আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। জানিব পৰা মতে,নতুন কলা বিল্ডিংৰ নাম সলনি কৰি সূৰ্য্য কুমাৰ ভূঞা ভৱন নামেৰে,নতুন একাডেমিক বিল্ডিংৰ নাম লক্ষ্মীনাথ বেজবৰুৱা ভৱন,কলা বিল্ডিংৰ নাম ড° বাণীকান্ত কাকতি ভৱন আৰু এ টি হ'লৰ নাম বিষ্ণু প্ৰসাদ ৰাভা ভৱন হিচাপে প্ৰতিষ্ঠিত কৰা হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com