সাংবাদিক সুৰক্ষা মঞ্চৰ সমিতি গঠন

সাংবাদিক সুৰক্ষা মঞ্চৰ সমিতি গঠন
Published on

গোলাঘাট জিলাৰ সাংবাদিক সুৰক্ষা মঞ্চৰ অসমৰ জিলা সমিতি গঠন কৰা হয়।মহিলা সমিতিৰ কাৰ্য্যালয়ত নৱ নিযুক্ত সভাপতি প্ৰবীন কুমাৰ দাসৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনৰ উদেশ্য বাখ্যা কৰে মনোজ গগৈয়ে।সভাত সাংবাদিক সকলৰ সুৰক্ষাৰ বাবে কাম কৰি যোৱাৰ ঐক্যবদ্ধ হোৱাৰ লগতে চৰকাৰৰো বহুতখিনি কৰনীয় আছে সেয়াও দাঙি ধৰে।সভাত জিনা বৰুৱা,প্ৰশান্ত গোস্বামী,অমৃত বল্লভ গোস্বামী আৰু জিতু ৰঞ্জন গোস্বামীক উপদেস্তা,প্ৰবীন দাসক সভাপতি,জয়ন্ত হাজৰিকাক কাৰ্য্যকাৰী সম্পাদক আৰু মনুজ গগৈক সাধাৰন সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com