স্মিতা দেৱে লাভ কৰিলে মিছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্ছ

স্মিতা দেৱে লাভ কৰিলে মিছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্ছ
Published on

শিলচৰৰ স্মিতা দেৱে দিল্লীত অনুষ্ঠিত হোৱা ২০১৮ৰ মিছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।স্মিতা সুদৰ্শন দেৱ আৰু জয়ন্তী দেৱৰ কন্যা লগতে আইপিএছ অফিচাৰ অনুৰাগ আগৰৱালৰ পত্নী।

The Sentinel - of this Land, for its People
www.sentinelassam.com