হস্তনিৰ্মিত পিস্তলসহ এজনক গ্ৰেপ্তাৰ

হস্তনিৰ্মিত পিস্তলসহ এজনক গ্ৰেপ্তাৰ
Published on

এজন ব্যক্তি চাপাগুৰিৰ পৰা কোকাৰাঝাৰলৈ হস্তনিৰ্মিত পিস্তলসহ বাছেৰে আহি থকা গোপন খৰব লাভ কৰি চিদলী আৰক্ষীয়ে ২১০ কব্ৰা বেটেলিয়নৰ সহযোগত তালাচি চলায় পিস্তলসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।ধৃত ব্যক্তিজনৰ পৰা ৩টা হস্তনিৰ্মিত পিস্তল,১১জায় সজীৱ গুলী আৰু ছিমযুক্ত এটা মবাইল জব্দ কৰে।লোকজনৰ পৰা আৰু তথ্য লাভৰ বাবে আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com