হাউছফুল-৪ৰ সদস্য সকলৰ স্ফূৰ্ত্তি; কেক কাটি কৰিলে চেলিব্ৰেট

হাউছফুল-৪ৰ সদস্য সকলৰ স্ফূৰ্ত্তি; কেক কাটি কৰিলে চেলিব্ৰেট
Published on: 

নতুনকৈ আহি থকা কমেডী ছবি হাউছফুল-৪ ৰ লণ্ডনত চলি থকা প্ৰথম খণ্ডৰ শ্বু্ট্যিং ইতিমধ্যে সামৰণি পৰিছে। লণ্ডনত ফাৰাহ খানে কৰিঅ'গ্ৰাফ কৰা গান এটিৰ শ্বুট্যিং চলি আছিল।ছবি খনৰ পৰৱৰ্ত্তী শ্বুট্যিং হ'ব ৰাজস্থানত।প্ৰথম খণ্ডৰ শ্বুট্যিংৰ সামৰণি পিছতে ছবি খনৰ সদস্য সকলে কেক কাটি স্ফূৰ্ত্তি কৰে।আশা কৰিব পাৰি যে এইবাৰৰ হাউছফুল-৪ খনে প্ৰথম তিনিখনৰ দৰে দৰ্শকৰ মনত সাঁচ পেলাবলৈ সক্ষম হব।ছবি খনত দেখা পোৱা যাব অক্ষয় কুমাৰ,ববি দেউল,ৰিতেশ দেশমুখ,কৃতি চানুন,কৃতি খাৰবান্দা আৰু পূজা হিগদে।

The Sentinel - of this Land, for its People
www.sentinelassam.com