হাজাৰ লোকৰ প্ৰতিবাদ: নাগৰিকত্ব সংশোধনী বিধেয়ক বিল

হাজাৰ লোকৰ প্ৰতিবাদ: নাগৰিকত্ব সংশোধনী বিধেয়ক বিল
Published on

যোৱা শুক্ৰবাৰে যোৰহাটত সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় কমিটীৰ জনপ্ৰচাৰৰ সভাপতি জুল খাউণ্ডৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বিৰুদ্ধে এক বৃহৎ গণপ্ৰতিবাদৰ ৰেলী উলিয়াই।এই ৰেলীত বহুতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে।এই বিল কেতিয়াও মানি নলও বুলি কোৱাৰ উপৰিও মোদী আৰু সোণোৱাল চৰকাৰক দোষাৰোপ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com