হিনা খানৰ প্ৰথমটি পাঞ্জাৱী ভিডিঅ' মুকলি

হিনা খানৰ প্ৰথমটি পাঞ্জাৱী ভিডিঅ' মুকলি
Published on

হিনা খানৰ প্ৰথমটি পাঞ্জাৱী ভিডিঅ' "ভাচুৰি" মুকলি পালে।হিনা খানে প্ৰথম টেলিভিছন ডিভা যিয়ে টেলিভিছনৰ সৰু পৰ্দাৰ পৰা ওলাই মিউজিক ভিডিঅ' এলবাম কৰিছে। ডেনিম শ্বৰ্টচ আৰু পিংক টপ পৰিধানত হিনাক অতি সুন্দৰ দেখা গৈছে। ভিডিঅ' টোৰ নিৰ্দেশকৰ কাম কৰিছে ৰবি সিঙে আৰু কণ্ঠ দিছে চনু ঠুকৰালে।ভিডিঅ'টিৰ শ্বুট্যিং হৈছিল পাটীয়ালাত। গায়ক চনু ঠুকৰাল হিনা খানৰ আটাইতকৈ ডাঙৰ অনুৰাগী,আৰু সেয়ে চনুৱে হিনাক এই ভিডিঅ'টিত অভিনয় কৰিবলৈ মান্তি কৰাইছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com