হৰিপৰা পথৰ মেৰামতিৰ দাবীত প্ৰতিবাদ

হৰিপৰা পথৰ মেৰামতিৰ দাবীত প্ৰতিবাদ
Published on

বুৰঞ্জীপ্ৰসিদ্ধ হৰিপৰা পথৰ মেৰামতিৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দিমৌ কমিতিয়ে বুধবাৰে হৰিপৰা পথত টায়াৰ জ্বলোৱাৰ লগতে পথ বন্ধ কৰি প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।পথাচাৰীয়ে জৰাজীৰ্ন পথটোৰ বাবে বহুদিনৰ পৰা জিয়াতু ভূগি আহিছে।সন্থাই এখন স্মাৰক পত্ৰ ডিমৌ চক্ৰ বিষয়াৰ জড়িয়তে শিৱসাগৰ জিলাৰ উপায়ুক্তলৈ প্ৰেৰন কৰে।স্মাৰক পত্ৰত হৰিপৰা পথৰ মেৰামতিৰ লগতে আৰু বিভিন্ন সমস্যাৰ অৱগত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com