১৫ আগষ্টৰ পৰা আৰম্ভ হব অভিষেক আৰু ভাৰতীৰ নতুন অনুষ্ঠান

১৫ আগষ্টৰ পৰা আৰম্ভ হব অভিষেক আৰু ভাৰতীৰ নতুন অনুষ্ঠান
Published on

কপিল শৰ্মাৰ অনুষ্ঠানৰ পিছত চনি টিভিলৈ আহিল কমেডী চাৰ্কাছ।কিন্তু এতিয়া নতুনকৈ গম পোৱা গৈছে ভাৰতী সিং আৰু ক্ৰুষ্ণা অভিষেকে নতুনকৈ অনুষ্ঠান এটাৰ লগত জড়িত হব,যিটো স্বাধীনতা দিৱস তথা ১৫ আগষ্টৰ পৰা সম্প্ৰচাৰ হব।কোন চেনেলত সম্প্ৰচাৰ হব সেই বিষয়ে কোনো সৱিশেষ জনোৱা নাই যদিও চ'নি চেনেলতে সম্প্ৰচাৰ হব বুলি এক তথ্য প্ৰকাশ পাইছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com