১৭১খন স্কুলত এক লজ্জাজনক ঘটনা

১৭১খন স্কুলত এক লজ্জাজনক ঘটনা
Published on

যোৱা মাহত ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীন হাৰৰ বহু খিনি কম,লগতে ১৭১খন স্কুলৰ ভিতৰত এজন ল'ৰা-ছোৱালীও ভালকৈ পাছ কৰিবলৈ সক্ষম হোৱা নাই।ৰাজ্যিক স্বাস্থ্য আৰূ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কুলৰ ফলাফল আগতকৈ ভাল কৰাব পাৰিব নে নাই বুলি ছেবা বৰ্ড সভাত কেইবাখন স্কুলৰ শিক্ষক,হেডমাষ্টৰক মাতি আনি প্ৰশ্ন কৰিছিল।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com