৪জনকৈ গঁড় চোৰাংচিকাৰীক গ্ৰেপ্তাৰ

৪জনকৈ গঁড় চোৰাংচিকাৰীক গ্ৰেপ্তাৰ
Published on: 

জখলাবন্ধা আৰক্ষীৰ সহযোগত অ'চি দিপেন বৰা আৰু ডিএচপি পদ্মা পেগুৱে গুৱাহাটীৰ যোৰাবাট আৰু সাতঁগাৱৰ পৰা চাৰি জনকৈ গঁড় চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com