৪৮ঘণ্টীয়া অসম বন্ধ ১২ ঘণ্টালৈ হ্ৰাস

৪৮ঘণ্টীয়া অসম বন্ধ ১২ ঘণ্টালৈ হ্ৰাস
Published on: 

ছয়জনগোষ্ঠীৰ ঐক্যমঞ্চৰ জনজাতিকৰনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা আলোচনা পুনৰবাৰ বিফল হয়। ঐক্যমঞ্চই কেন্দ্ৰীয় চৰকাৰৰ ওপৰত প্ৰতাৰনাৰ অভিযোগ আনি প্ৰতিবাদ হিচাপে ৪৮ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছিল।কিন্তু এই ঘোষণা ৪৮ঘণ্টাৰ পৰিৱৰ্তে ১২ঘণ্টালৈ হ্ৰাস কৰে।পুৱা ৫বজাৰ পৰা আৰম্ভ হোৱা বন্ধৰ কাৰ্য্যসূচী আজি বিয়লি ৫বজাত সামৰণি পৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com