৬খনকৈ পৰিয়াল আদালত মুকলি

৬খনকৈ পৰিয়াল আদালত মুকলি
Published on

ধুবুৰী জিলাত পৰিয়ালকেন্দ্ৰিক ৬খনকৈ আদালত মুকলি কৰা হয়।ধুবুৰী জিলাৰ জিলা সত্ৰ ন্যায়ধীশ আৰু পৰিয়াল আদালতৰ পিঞ্চিপাল গীতা বৈশ্য চাংকাকতিয়ে আনুষ্ঠানিক ভাৱে পৰিয়ালকেন্দ্ৰিক আদালত কেইখন মুকলি কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com