ৰনবীৰ কাপুৰৰ "সঞ্জু" ছবি খনৰ পোষ্টাৰ ২০১৮বৰ্ষৰ মাজভাগৰ বেষ্ট মুভি পোষ্টাৰ হিচাপে খ্যাতি অৰ্জন

ৰনবীৰ কাপুৰৰ "সঞ্জু" ছবি খনৰ পোষ্টাৰ ২০১৮বৰ্ষৰ মাজভাগৰ বেষ্ট মুভি পোষ্টাৰ হিচাপে খ্যাতি অৰ্জন
Published on: 

ৰনবীৰ কাপুৰৰ "সঞ্জু" বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।আজি দিনটোলৈ ৩০০কোটি অৰ্জন কৰিলে সঞ্জুৱে।২০১৮ৰ বৰ্ষৰ এতিয়ালৈ অতি সফলতা অৰ্জন কৰা ছবি এইখন। সঞ্জু ছবিৰ প্ৰথম পোষ্টাৰ মুকলি হৈছিল এপ্ৰিল ২৪তাৰিখে।পোষ্টাৰ খনত দেখা পোৱা অনুসৰি সঞ্জয় দত্তৰ প্ৰতিটো অৱতাৰৰ ফটো প্ৰকাশ পাইছিল।৮০দশকৰ পৰা আৰম্ভ কৰি ২০১৬বৰ্ষৰ জেলৰ পৰা ওলোৱা লৈ পাচঁটা চৰিত্ৰ তথা অৱতাৰ অতি সুন্দৰ ৰূপত দেখা পোৱা গৈছে পোষ্টাৰ খনত।সেয়ে এই বৰ্ষৰ এতিয়ালে অৰ্থাৎ মাজ ভাগলৈ বেষ্ট মুভী পোষ্টাৰ হিচাপে খ্যাতি লাভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com