ৰমজান মাহ ইতিমধ্যে আৰম্ভ হৈছে ।সেয় হেতুকে ৰাজ্যিক ইছলাম ধৰ্মালম্বী কৰ্মচাৰী সকলৰ বাবে পুৱা ৯বজাত অফিচত উপস্থিত হৈ আধা ঘণ্টা আগতীয়াকৈ অৰ্থাৎ আবেলি ৪.৩০ মিনিটত ছূটীৰ সুবিধা কৰি দিছে।