ৰাচিয়াৰ বিৰুদ্ধে ধৰাশায়ী ইজিপ্ত

ৰাচিয়াৰ বিৰুদ্ধে ধৰাশায়ী ইজিপ্ত
Published on: 

আয়োজক দেশ ৰাচিয়াই মঙলবাৰে গ্ৰুপ এ'ৰ এখন খেলত ইজিপ্তক ৩-১ গ'লত পৰাস্ত কৰে।প্ৰথম অৰ্ধ গল'শূন্য ভাৱে শেষ হোৱাৰ পাছত দ্বিতীয় অৰ্ধৰ আৰম্ভনিতে ৪৭ মিনিটত ইজিপ্তৰ অধিনায়ক আহমেদ ফাথিৰ আত্মঘাতী গ'লেৰে ৰাচিয়াই অগ্ৰগতি লাভ কৰে।৫৯ মিনিটত ডেনিচ চেৰিচেভ' আৰু ৬২ মিনিটত আৰ্থেম ডিজুবাই উপৰ্যুপৰি দুটা গ'ল দি জয় নিশ্চিত কৰে।ইজিপ্তৰ হৈ লিভাৰপুলৰ তাৰকা মহম্মদ চালাহে পেনাল্টিৰ সহায়ত একমাত্ৰ গ'লতো দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com