ৰাজ্যত বানপানী পৰিস্থিতি: বিপদ সীমাৰ ওপৰৰে নদী

ৰাজ্যত বানপানী পৰিস্থিতি: বিপদ সীমাৰ ওপৰৰে নদী
Published on

বৃহস্পতিবাৰে ৰাজ্যত বানপানী আৰু ভূমিস্খলনৰ ফলত তিনিজন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়। ডিমা হাচাওৰ হাফলং ৰাজহ খণ্ডৰ মাহুৰত ভূমিস্খলনৰ ফলত দুজন লোক নিহত হোয় আৰু গোলাঘাট জিলাৰ বোকাখাট ৰাজহ খণ্ডত বানপানীৰ ফলত আন এজন লোকৰ মৃত্যু হয়। একেসময়তে নিপকো এ পানী এৰি দিয়াৰ ফলত বহুতো দ' অঞ্চল পানীৰ ডুবাৰ সম্ভাৱনা আছে। লামডিং শিলচৰৰ মাজৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ফলত ৰেল পৰিবহন বন্ধ হৈ আছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com