ৰাণীত ৬৯ সংখ্যক বনমহোৎসৱ

ৰাণীত ৬৯ সংখ্যক বনমহোৎসৱ
Published on: 

ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় ভাৱে আয়োজন কৰা কামৰূপ জিলাৰ ৰাণীৰ জৰাশাল ৰিজাৰ্ভ ফৰেষ্টত সপ্তাহযোৰা ৬৯সংখ্যক বনমহোৎসৱৰ শুভদ্ধোনী হয়।গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে থিয় দিবলৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই সকলো লোকক আহ্বান জনায়।ইয়াৰ উপৰিও বনধ্বংসৰ কাৰ্য্যত লিপ্ত হব তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা হব বুলি বনমন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com