ৰীতা ভাদুৰীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰীতা ভাদুৰীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Published on

ৰাজী' ছবিৰ অভিনেতা চিচিৰ শৰ্মাই ফেচবুকৰ জৰিয়তে শোক প্ৰকাশ কৰি জনায় যে,আন্ধেৰী ইষ্টৰ পাৰ্চী ৱাদা ৰ'ডত অৱস্থিত ১৭জুলাই তাৰিখে মঙলবাৰে দিনৰ ১২বজাত শ্মশানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বলীউদ তথা ধাৰাবাহিকৰ বহু শিল্পী উপস্থিত থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com