ৰুবিনা ডিলাইক আৰু অভিনৱ শুক্লাৰ বিবাহ

ৰুবিনা ডিলাইক আৰু অভিনৱ শুক্লাৰ বিবাহ

Published on

ৰুবিনা আৰু অভিনৱ আজি শুভ ক্ষণটিত দুয়ো বিবাহ পাশত আৱদ্ধ হব।ৰুবিনাই সুন্দৰকৈ বগা ৰঙৰ লেহেংগা,ভাৰী জুৱেলেৰী যেনে; চকাৰ নেকলেচ,মাঙ্গ টিক্কা,ঝুমকা পৰিধান কৰিছে।ৰুবিনাক পঞ্জাৱী কইনাৰ ৰূপত অতি সুন্দৰ দেখা হৈছে। দৰাৰ সাজত অভিনৱে নীলা ৰঙৰ কাপোৰ পৰিধান কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com