ৰেৱতী ফুকন নাইকিয়া হোৱা কেছ: ২ সপ্তাহৰ ভিতৰত সঁহাৰি জনাবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৰেৱতী ফুকন নাইকিয়া হোৱা কেছ: ২ সপ্তাহৰ ভিতৰত সঁহাৰি জনাবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
Published on

২ সপ্তাহৰ ভিতৰত আলফাৰ ভূতপূৰ্ৱ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ৰেৱতী ফুকনৰ, যি যোৱা ২২ এপ্ৰিলৰ পৰা নাইকিয়া হৈ আছে, বন্দী প্ৰত্যক্ষীকৰণৰ গোচৰৰ ক্ষেত্ৰত সঁহাৰি জনাবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নিৰ্দেশ দিছে। ৰেৱতী ফুকৰন হৈছে আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা আৰম্ভ কৰা ব্যক্তিজন।

The Sentinel - of this Land, for its People
www.sentinelassam.com