ৰোনাল্ডোৰ পৰ্টোগালৰ সন্মুখত ইৰান

ৰোনাল্ডোৰ পৰ্টোগালৰ সন্মুখত ইৰান
Published on: 

বিশ্ব ফুটবলৰ মহাতাৰকা ৰোনাল্ডোৰ দেশ পৰ্টোগাল এচিয়াৰ শক্তি ইৰানৰ মুখামুখি হব।মৰ্ডভিয়া এৰেনাত অনুস্থিত হব লগা গ্ৰুপ বি'ৰ খেলখনত পৰ্টোগালক ফেভাৰেট হিচাপে ৰাখিলেও ইৰানে অঘটন ঘটাব পাৰে।পৰ্টোগালৰ ৪ পইন্ট হোৱাৰ বিপৰিতে ইৰানৰ ৩পইন্ট।ৰোনাল্ডোৰ শেহতীয়া ফৰ্মলৈ চাই আজিও চমক দিবলৈ সক্ষম হব বুলি ধাৰনা কৰিছে ফুটবল বিশেষজ্ঞ সকলে।

The Sentinel - of this Land, for its People
www.sentinelassam.com