ৰেলৰ ডবাত 'বায়'টয়লেট' নিৰ্মান

ৰেলৰ ডবাত 'বায়'টয়লেট' নিৰ্মান
Published on

২০১৯চনৰ মাৰ্চৰ ভিতৰত বায়'টইলেট নিৰ্মান স্থাপন কৰাৰ পৰিকল্পনা ভাৰতীয় ৰেলসেৱাৰ।ভাৰতীয় ৰেলৱে ৰেলৰ ডবাৰ ভিতৰত পৰিৱেশৰ বাবে বায়'টইলেট স্থাপনৰ বাবে পৰিকল্পনা।ৰেল ষ্টেচন সমূহত বায়'টইলেট থকা নতুন ডবাবোৰ সংলগ্ন কৰা হ'ব।ইতিমধ্যে আনুমানিক ৭০শতাংশ যাত্ৰীবাহী ৰেলৰ ডবা সমূহত এই বায়'টইলেট স্থাপন কৰা হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com