আম,কলৰ গুদাম ছীল

আম,কলৰ গুদাম ছীল

যোৰহাট জিলাৰ উপায়ুক্ত নাৰায়ন কোৱঁৰে আৰক্ষী আৰু মেজিষ্টেত পাপৰি দাসৰ সহযোগত আম আৰু ৭টা কলৰ গুদাম ছীল কৰে।জানিব পৰা মতে ফল সমুহত অতিমাত্ৰা কাৰবাইড মিহলি কৰি যোৰাহাট বজাৰত বিক্ৰী কৰি আছিল।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com