কাৰাগাৰত হোৱা অস্বাভাৱিক মৃত্যু বিষয়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

কাৰাগাৰত হোৱা অস্বাভাৱিক মৃত্যু বিষয়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰত অস্বাভাৱিকভাৱে মৃত্যু হোৱা কাৰাবন্দীৰ আত্মীয়লৈ ৩০ দিনৰ ভিতৰত ৩ লাখ টকা ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। ৩ জুনত মূখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ অচিন্তমল্ল বুজৰবৰুৱাই এই নিৰ্দেশ প্ৰদান কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com