ডকমকা ঘটনা: আৰু ৪ জনক আটক, ভুক্তভোগী পৰিয়াললৈ ৫ লাখকৈ টকাৰ সাহাৰ্য্য

ডকমকা ঘটনা: আৰু ৪ জনক আটক, ভুক্তভোগী পৰিয়াললৈ ৫ লাখকৈ টকাৰ সাহাৰ্য্য

কাৰ্বি আংলং আৰক্ষীয়ে নিলোৎপল দাস আৰু অভিজিৎ নাথৰ গণহত্যাৰ লগত জড়িত আৰু ৪ জন ব্যক্তিক আটক কৰে আৰু ইয়াৰ লগে লগে এই ঘটনা সন্দৰ্ভত আটক কৰা লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি হয়। ইয়াৰ উপৰিও আন ৫ জনক চ'চিয়েল মিডিয়াত হিংসাত্মক প্ৰচাৰ আৰু হত্যাকাণ্ডৰ ভিডিও প্ৰচাৰ কৰাৰ বাবে আটক কৰা হয়।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com