মাদক দ্ৰৱ্যৰ বিৰুদ্ধে সজাগতা শিবিৰ

মাদক দ্ৰৱ্যৰ বিৰুদ্ধে সজাগতা  শিবিৰ

শিলচৰৰ কেন্দ্ৰীয় লিঅ' ক্লাৱে দিশা ফাউণ্ডেশ্বনত সহযোগত নাৰ্ছিং হায়াৰ ছেকেণ্ডাৰী স্কুলত মাদক দ্ৰৱ্যৰ বিৰুদ্ধে সজাগতা শিবিৰৰ আয়োজন কৰে ।স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক মাদক দ্ৰৱ্যৰ বেয়া প্ৰভাৱ সম্পৰ্কে ছাত্ৰ সকলক সচেতন কৰোৱাই এই শিবিৰৰ মূল উদ্দেশ্য ।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com