মেক্সিকোক পৰাস্ত কৰি নকআউটত চুইডেন

মেক্সিকোক পৰাস্ত কৰি নকআউটত চুইডেন

একাটেৰিনবাৰ্গ এৰেনাত অনুস্থিত গ্ৰুপ এফ'ৰ এখন খেলত চুইডেনে মেক্সিকোক ৩-০ পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।৫০মিনিটত আগষ্টিনচনৰ গ'লেৰে অগ্ৰগতি পোৱাৰ পাছত ৬২ মিনিটত পেনাল্টিৰ সহায়ত গ্ৰানভিস্তে ২-০ অগ্ৰগতি প্ৰদান কৰে।খেলৰ শেষৰফালে মেক্সিকোৰ ডিফেন্ডাৰৰ এটা আত্মঘাতী গ'ল সহায়ত বিজয় নিশ্চিত হয় চুইডেনৰ।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com