চামগুৰিত হাতী মানুহৰ সংঘাতে ত্ৰাসৰ সৃষ্টি কৰিছে স্থানীয় লোকৰ মাজত ৷

হাতী মানুহৰ সংঘাতে চামুগুৰিত সন্ত্ৰাসৰ সৃষ্টি কৰিছে । অঞ্চলটোৰ গেন্ধালী,বৰালীগাঁও, পদুমণি আৰু কুৰুৱাবাহীৰ লোকসকলৰ নিদ্ৰা হৰণ কৰিছে বন্য হস্তীৰ ত্ৰাসে ৷ ইফালে বন্য হস্তীয়ে গাঁৱসমূহত ধ্বংস যজ্ঞ কৰাৰ পিছত সম্প্ৰতি চহৰলৈ গমন কৰিছে ।বন বিষয়াৰ মন্তব্য অনুসৰি খাদ্যৰ সন্ধানত গাঁৱত প্ৰবেশ কৰিছে বন্য হস্তীয়ে ৷ অন্যথা জনাঞ্চলত প্ৰবেশ নকৰে বন্য হস্তীয়ে ৷

Related Stories

No stories found.
Sentinel Assam
www.sentinelassam.com