College Students' Union burn the effigy of Education Minister

Tinsukia College Tinsukia Assam Students' Union members burnt the effigy of Education Minister Himanta Biswa Sarma for his comment on the status of Assam Women's University . Protesting student demanded that the Government should solve the problems faced by the University.

যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ক অসম চৰকাৰে বিশ্ববিদ্যালয়ৰপৰা টেকনিকেল ইনষ্টিটিউটলৈ অৱনমিত কৰাৰ সিদ্বান্তত তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই বুধবাৰে মহাবিদ্যালয়ৰ সন্মূখত শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে

Related Stories

No stories found.
Sentinel Assam
www.sentinelassam.com