Sentinel TV
Mass wedding in Tinsukia
Mass wedding ceremony organised by 'Hindu Dharma Sanskriti Suraksya Samandhai Parishad', co-ordinated by 'Sewayan Guwahati', 'Hindu Chah Janagusthi Sanskriti Suraksya Parishad', in support of public of Tinsukia today at Shritimbar(Gopnari), Makum in Tinsukia.
তিনিচুকীয়া জিলাৰ মাকুমত সামূহিক বিবাহ কাৰ্যসূচী আায়োজন কৰে হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা সমন্বয় পৰিষদে আৰু সহযোগ কৰে সেৱায়ান গুৱাহাটী,হিন্দু চাহ জনগোষ্ঠী সংস্কৃতি সুৰক্ষা পৰিষদ তথা তিনিচুকীয়াৰ স্থানীয় ৰাইজে ।