One died on the spot after hit by train

In a tragic incident a senior person died on the spot after being hit by train while trying to cross the rail line at Panitola.

তিনিচুকীয়া জিলাৰ অৰ্ন্তগত পানীতোলা পুলিচ থানাৰ সমীপত ৰেল লাইন পাৰ হৈ থকা অবস্থাত এজন বয়োজ্যষ্ঠ ব্যক্তিৰ ৰেলৰ খুন্দাত থিতাতে মৃত্যু হয়,জানিব পৰা মতে তেওঁৰ নাম মনিৰাম গগৈ। প্ৰায় ১০ মান বজাত তেখেত চাইকেল লৈ ওলায় অহা সময়ত আসাম এক্সপ্ৰেছৰ খুন্দাত নিহত হয় Iতেও এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক I

The Sentinel - of this Land, for its People
www.sentinelassam.com