Protest march for justice held in Baksa

A Protest march has been taken out by ABMSU and PFI seeking justice of the eight -year old girl who was raped and murdered in Kathua.

বাক্সা জিলাৰ ABMSU আৰু PFIৰ সহযোগত কালপানী আঞ্চলিক সমিতিৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত দৈনন্দিন চলি থকা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ন কৰে ।

The Sentinel - of this Land, for its People
www.sentinelassam.com