ডিব্ৰুগড় জিলাৰ ১০ ছেপ্তম্বৰত মহৰম উপলক্ষে সংঘটিত হোৱা বৰ্বৰতাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে সোনাৰীৰ সামাজিক কৰ্মকৰ্তাসকলে। বৃহস্পতিবাৰে পুৱা চৰাইদেউ জিলাৰ অন্তৰ্গত সোনাৰিত কমল হাজৰিকাৰ নেতৃত্বত প্ৰতিবাদ কৰে লোকসকলে। ইফালে স্থানীয় লোকৰ অভিযোগ যে আৰক্ষীৰ উপস্থিতিতে ১০ ছেপ্তেম্বৰত প্ৰতিবাদকাৰীসকলে তিনিখন বাহন ধ্বংস কৰিছিল ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষী অধিক্ষক সুভাষিনী সনকাৰনে৷
ডিব্ৰুগড়ৰ বৰ্বৰতাৰ বিৰুদ্ধে সোনাৰী সামাজিক কৰ্মকৰ্তাসকলৰ প্ৰতিবাদ
Next Story