গুৱাহাটী কৰ্মাচ ক'লেজৰ দুই গৰাকী ছাত্ৰী ক্ৰমে প্ৰতিক্ষা বাচ্চাছ আৰু মৃতিকা নাথ নৱম আৰু দশম স্থান পায় । প্ৰতিক্ষাই মুঠ ৪৫৭নম্বৰ ৯১.৪শতাংশ আৰু মৃতিকাই মুঠ ৪৫৬নম্বৰ ৯১.২শতাংশ নম্বৰ লৈ মহাবিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।