BreakingNews

অগপৰ নেতৃবৃন্দই সাক্ষাৎ কৰিলে গৃহমন্ত্ৰীক

Sentinel Digital Desk

যোৱা মঙলবাৰে দিল্লীত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নাগৰিকত্ব সংশোধনী বিল২০১৬ বিৰোধিতাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিংক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।