BreakingNews

আধাঘণ্টা ধৰি আলোচনাত বহিল এজিপি

Sentinel Digital Desk

নাগৰিকত্ব সংশোধনী বিধেয়ক বিল২০১৬ৰ বাতিলৰ দাবীক লৈ যি প্ৰতিক্ৰিয়া চলি আছে এই বিষয়ক লৈ কেবিনেট বৈঠকত আলোচনা হ'ল নে নাই এই বিষয়ক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে।কিন্তু এই বিষয়ক লৈ আধাঘণ্টা ধৰি আলোচনা হোৱা বুলি কেবিনেট মন্ত্ৰী অতুল বৰাই জানিব দিয়ে।