BreakingNews

আৰম্ভ কৰিলে গণস্বাক্ষৰ অভিযান: অগপ

Sentinel Digital Desk

যোৱা দেওবাৰে টংলাত নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে কেন্দ্ৰীয় কমিটী অসম গণ পৰিষদৰ লগতে উদালগুৰি জিলা কমিটীয়ে এক গণস্বাক্ষৰ অভিযান এটিৰ আয়োজন কৰে ।