BreakingNews

এইবছৰতে বলীউদ চুপাৰ ষ্টাৰ ৰণবীৰ কাপুৰৰ হাতত ৪০০কোটি টকাৰ বাজেটৰ চাৰিটাকৈ কাম

Sentinel Digital Desk

সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত নতুনকৈ আহিবলগীয়া "সঞ্জু" ছবি খনৰ বাবে বাজেটৰ পৰিমাণ ১০০-১১০কোটি টকা ।

ধৰ্মা প্ৰদাক্টচনৰ নিবেদিত আন এখন ছবি "ব্ৰহ্মাঅস্ত" ছবি খনৰ বাজেটৰ পৰিমাণ ১০০কোটি।ছবি খনত ৰণবীৰৰ বিপৰীতে অভিনয় কৰিব আলিয়া ভট্টে ।

আন এখন মুক্তি হবলগীয়া ছবি "শমশ্বেৰা" নামৰ ছবি খনত ৰণবীৰৰ বিপৰীতে অভিনয়ত দেখিব পোৱা যাব বাণী কাপুৰ।জানিব পৰা মতে ছবি খনৰ বাজেট ১২০কোটি।

৭০-৮০কোটি টকাৰ বাজেটৰ অজয় দেৱগণৰ সৈতে আন এখন ছবি ।জানিব পৰা মতে এতিয়ালে ছবি খনৰ কোনো নাম ঠিৰাং হোৱা নাই ।