BreakingNews

কলঙ্ক ছবিৰ জৰিয়তে পুনৰ সঞ্জয় দত্ত আৰু মাধুৰীৰ একেলগে

Sentinel Digital Desk

ধৰ্মা প্ৰদাক্টচনৰ কলঙ্ক ছবিত মাধুৰী,বৰুন,আদিত্য ৰায় কাপুৰ,আলিয়া ভট্ট,সোনাক্ষী সিনহা,সঞ্জয় দত্ত আদিকে ধৰি বহু কেইজন অভিনেতা-অভিনেত্ৰীক দেখা পোৱা যাব।ইয়াৰ লগতে ২০বছৰৰ পিছত পুনৰ সঞ্জয় সত্ত আৰু মাধুৰীক একেলগে কলঙ্ক ছবিৰ জৰিয়তে দেখা পোৱা যাব।শেহতীয়া ১৯৯৭চনতে মাহান্তা ছবি খনত দুয়োকে একেলগে দেখা পোৱা গৈছিল।