BreakingNews

কৌশল বিকাশত গুৰুত্ব প্ৰদানৰ ব্যৱস্থা

Sentinel Digital Desk

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ব্যৱসায়িক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।সেয়ে ১০০খন শিক্ষানুষ্ঠানক লক্ষ্য কৰি ৩ নাইবা ৬মাহৰ কৌশল বিকাশৰ কোৰ্চ প্ৰদান কৰিব।এই শিক্ষা গ্ৰহনত কোনো ধৰনৰ বয়সৰ সীমাবদ্ধতা নাথাকিব।