BreakingNews

গৌৰী খানে প্ৰকাশ কৰা চুহানা,আব্ৰাহম,আৰু আৰয়নৰ মৰমলগা ফটো

Sentinel Digital Desk

শ্বাহৰুখ খানে নিজৰ পৰিয়ালৰ সৈতে বন্ধৰ দিনত স্ফূৰ্তি কৰিবলৈ গৈছে ইউৰোপ।গৌৰীয়ে নিজৰ ইনষ্টাৰ জৰিয়তে সুন্দৰ দুখন ফটো প্ৰকাশ কৰিছে।