যোৱাকালি সদৌ অসম মটৰ পৰিবহন কৰ্মচাৰী সংগঠনে আহ্বান কৰা ২৪ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ শিৱসাগৰত বাৰুকৈ দেখা পোৱা গ'ল।ব্যক্তিগত গাড়ী,আন্ত জিলা বাছ সেৱা আদি সকলোবোৰৰ চলাচল বন্ধ থাকে।