BreakingNews

চাৰিগৰাকী অভিনেত্ৰীৰ সাজ-সজ্জাত দেখা পোৱা গল পৰম্পৰাগত ষ্টাইল

Sentinel Digital Desk

Kangana Ranaut,

কংগনা ৰানাউট

কুইন ছবিৰ অভিনেত্ৰী কংগনাই অলপদিন পূৰ্বেই পৰিধান কৰা ফ্লৰেল প্ৰিণ্টৰ পিংক ৰঙৰ চিফন শাৰী পৰিধান কৰিছে,এই সাজত কংগনাক দেখা হৈছে ৯০দশকৰ অভিনেত্ৰীৰ দৰে।

Kajol

কাজল

কাজলৰ ফেশ্বন ষ্টাইল সচাঁই অতি সুন্দৰ।দুটা সন্তানৰ মাতৃ কাজলক পৰবৰ্ত্তী সময়ত দেখা পোৱা যাব 'হেলিকপ্টাৰ ঈলা' ছবি খনত।কাজলে কিছুদিন পূৰ্বেই অৰ্থাৎ ফটো খনত দেখা পোৱা অনুসৰি পৰিধান কৰিছে ইন্দো-ৱেষ্টাৰ্ন আউটফিত

Diana Penty

ডাইনা পেণ্টী

'ক'কটেইল' অভিনেত্ৰী ডাইনা পেণ্টীয়ে পৰিধান কৰিছে প্লাম ৰঙৰ ডাবল-হিউৱেদ ড্ৰেচ।

Mouni roy

মৌনি ৰয়

মৌনি ৰয়ৰ নতুন ছবিৰ প্ৰমোচনৰ সময়ত পৰিধান কৰিছিল সুন্দৰ ব্লু ৰঙৰ লেহেংগা লগত সোনালী ৰঙৰ কাণফুলি আৰু বেংগলছ পিন্ধিছে।য'ত ডাইনাক অতি সুন্দৰ ইণ্ডিয়ান তথা দেশী লুকত সকলোকে মোহিত কৰিছিল।