BreakingNews

ডকমকাৰ গণহত্যা কাণ্ডৰ মুল অভিযুক্তক আটক

Sentinel Digital Desk

যোৱা মঙলবাৰে কাৰ্বি-আংলংৰ ডকমকাত সংঘটিত হোৱা ঘটনাৰ মুল অভিযুক্ত এলফাজ্জ টিমুং নামৰ অপৰাধী জনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।