BreakingNews

ডিমৌ বাসীত বিদ্যুতৰ সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত

Sentinel Digital Desk

ডিমৌ বাসীত বিদ্যুতৰ সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ডিমৌ আঞ্চলিকৰ উদ্যোগত চাহ বাগিচাৰ লোক সকলে বিদ্যুতৰ ভিন্ন সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।