মোহময়ী দিপীকা বিবাহ পাশত আৱদ্ধ হব বুলি সকলোৰে মুখে মুখে. পদ্মাৱত ছবিৰ পিছত কোনো ছবিৰ বাবে দিপীকাই স্বাক্ষৰ নকৰাৰ বাবেই এই কথা সকলোৰে মুখত চৰ্চিত. কিন্তু এই কথাক অস্বীকাৰ কৰিছে দিপীকা-ৰনবীৰে