BreakingNews

দুৰ্বল মৰক্কোৰ সন্মুখত শক্তিশালী স্পেইন

Sentinel Digital Desk

আজি নিশা কালিনিংগ্ৰাড ষ্ট্ৰেডিয়ামত অনুস্থিত হবলগীয়া গ্ৰুপ বি'ৰ অন্য এখন খেলত শক্তিশালী স্পেইনৰ মুখামুখি হব দুৰ্বল মৰক্কো।স্পেইনে দুখন খেলত ৪ পইন্ট অৰ্জন কৰা বিপৰিতে মৰক্কো দুয়োখন খেলতে পৰাজয়বৰন কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।স্পেইনৰ সন্মুখত যে মৰক্কোৱে শক্তি প্ৰদৰ্শন কৰিব পাৰিব সেয়া মনে নধৰে বিশেষজ্ঞ সকলৰ।